গোলাঘাটবাসীৰ বাবে সকাহঃ কোৰোনা আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ৫০ ব্যক্তিৰ পৰীক্ষাৰ ৰিজাল্ট নিগেটিভ…

গোলাঘাটবাসীৰ বাবে সকাহঃ কোৰোনা আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ৫০ ব্যক্তিৰ পৰীক্ষাৰ ৰিজাল্ট নিগেটিভ…
  • গোলাঘাটবাসীৰ বাবে এটা সকাহৰ খবৰ।
  • কোৰোনাত আক্ৰান্ত হোৱা ৯ গৰাকী ব্যক্তিৰ সংস্পৰ্শলৈ অহা কাৰো লোকৰ দেহত নাই কোৰোনাৰ অৱস্থিতি।
  • সংস্পৰ্শলৈ অহা ৫০ জন লোকৰে পৰীক্ষাৰ ৰিজাল্ট নিগেটিভ।
  • আক্ৰান্ত ৯ গৰাকী ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল এই লোকসকল।
  • মঙলবাৰে পুৱা ৫০ গৰাকী লোকৰ নমুনা পৰীক্ষাৰ ৰিজাল্টত পোহৰলৈ আহে এই তথ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in