শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

আজি গোসাই বিহু, নাম-কীৰ্তনেৰে মুখৰিত ৰাজ্যৰ সত্ৰ – নামঘৰ সমূহ…

ডিজিটেল ডেস্ক : আজি গোসাই বিহু । গোসাই বিহু উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানৰ সত্ৰ,নামঘৰ,বিষ্ণু মন্দিৰ আদিত নাম কীৰ্তনেৰে মুখৰিত হৈ পৰে । বৰপেটা, বটদ্ৰৱা,আঠখেলিয়া,ঢেকীয়াখোৱা,মধুপুৰ আৰু মাজুলীৰ সত্ৰ সমূহৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজহুৱা নামঘৰ সমূহত দিনজোৰা কাৰ্যসূচীৰে নাম-কীৰ্তন অনুষ্ঠিত হয় ।

আনহাতে নগাওঁ-মৰিগাওঁৰ সীমান্তবৰ্তী বগৰিগুৰিৰ প্ৰখ্যাত বিষ্ণু মন্দিৰতো স্থানীয় ৰাইজে নাম কীৰ্থন কৰি গোসাই বিহু উদযাপনৰ লগতে বছৰটোৰ বাবে ৰাজ্যখনত শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি