গোগামুখৰ খাদ্য বিষক্ৰিয়াত আক্ৰান্তৰ সংখ্যা ৩০০লৈ বৃদ্ধি

গোগামুখৰ খাদ্য বিষক্ৰিয়াত আক্ৰান্তৰ সংখ্যা ৩০০লৈ বৃদ্ধি
  • গোগামুখৰ খাদ্য বিষক্ৰিয়াত আক্ৰান্তৰ সংখ্যা ৩০০লৈ বৃদ্ধি।
  • ইয়াৰে ৭০ গৰাকী শিশু।
  • বহু কেইজনৰ অৱস্থা সংকটজনক।
  • উন্নত চিকিৎসাৰ বাবে পৰ্যায়ক্ৰমে পঠিওৱা হৈছে লখিমপুৰ-ধেমাজিলৈ।
  • ধেমাজি জিলাৰ গোগামুখ ৰাজহচক্ৰ অন্তৰ্গত ভূমা পদ্মপুৰ গাঁৱত এই বিষক্ৰিয়া।
  • এজন লোকৰ আদ্যশ্ৰাদ্ধ আছিল গাঁওখনত।
  • সেই অনুষ্ঠানৰ খাদ্য খায়ে বিষক্ৰিয়া।
  • হাহাকাৰ পৰিস্থিতি গোগামুখ চিকিৎসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in