গোগামুখত গাড়ী চালকক গুলীয়ালে দুৰ্বৃত্তই, লুটি নিলে ধন…

গোগামুখত গাড়ী চালকক গুলীয়ালে দুৰ্বৃত্তই, লুটি নিলে ধন…
  • গোগামুখত নিশা গুলীচালনাৰ ঘটনা সংঘটিত হয়।
  • আৰ আৰ মিলৰ সন্মুখত এজন গাড়ীচালকক গুলীয়াই দুৰ্বৃত্তই লুটিলে ধন।
  • বাইকত অহা ২ দুৰ্বৃত্তই গুলীয়াই মিলন হাজং নামৰ চালকজনক।
  • সংকটজনক অৱস্থাত এএমচিএইচলৈ প্রেৰণ কৰা হয় আঘাতপ্ৰাপ্ত মিলন হাজঙক।
  • গোগামুখ থানাৰ পৰা ১০০ মিটাৰ দূৰত সংঘটিত হৈছে এই ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in