”বেলকনিত ভগৱান”ৰ বিশেষ সমাদৰঃ নিৰ্বাচিত হৈছে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল মেলৱৰ্ণ ২০২১ লৈ

”বেলকনিত ভগৱান”ৰ বিশেষ সমাদৰঃ নিৰ্বাচিত হৈছে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল মেলৱৰ্ণ ২০২১ লৈ
  • অব্যাহত আছে "বেলকনিত ভগৱান"ৰ সমাদৰ।
  • বিভিন্ন ঠাইত সমাদৰ লাভ কৰা কথাছবিখনলৈ পুনৰ আহিছে ভাল খবৰ।
  • এইবাৰ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল মেলৱৰ্ণ ২০২১ লৈ নিৰ্বাচিত হৈছে "বেলকনিত ভগৱান"।
  • বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত এই "বেলকনিত ভগৱান" শীৰ্ষক কথাছবিখন।
  • "বেলকনিত ভগৱান"ৰ প্ৰযোজনা সাহিত্যিক নুৰুল চুলতান।
  • ইতিমধ্যে ভাৰতৰ কইবাখনো ঠাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে "বেলকনিত ভগৱান"।
  • 'বেলকনিত ভগৱান" নিৰ্বাচিত হৈছে চীনৰ চাংহাই মহোৎসৱলৈয়ো।
  • জাৰ্মানীৰ ১৮ সংখ্যক ইণ্ডিয়ান ছবি মহোৎসৱত কথাছবিখনে লাভ কৰিছে বিশেষ সমাদৰ।
  • অষ্ট্ৰেলিয়ালৈও আমন্ত্ৰিত হৈছে কথাছবিখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in