শেহতীয়া খবৰ
লামডিঙত ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড...  •  ২৫ দিনৰ মূৰতহে হাঁহিছে এইজন পিতৃয়ে!  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  অসমত আকৌ ৩২২জন কোভিড পজিটিভ, ২ জনে হেৰুৱাইছে প্ৰাণ...  •  ঘৰতে লাভ কৰিব ড্ৰাইভিং লাইচেঞ্চ...  •  ‘শংকৰদেৱ উদ্যান ধ্বংস কাৰ্য’ৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিকৰ মানৱ শৃংখল কাৰ্যসূচী...  •  জঘন্য ঘটনা! তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ অভিযুক্তক...  •  সন্তানসহ বিধায়কৰ হত্যাৰে জড়িত গুলীবৃদ্ধ উগ্ৰপন্থী নেতাক নগাঁৱৰ চিকিৎসালয়ত নিয়াই কৰিব জেৰা...  •  দুখীয়া ৰোগীৰ চিকিৎসাৰ বাবে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ চেক বিতৰণ...

”বেলকনিত ভগৱান”ৰ বিশেষ সমাদৰঃ নিৰ্বাচিত হৈছে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল মেলৱৰ্ণ ২০২১ লৈ

  • অব্যাহত আছে ”বেলকনিত ভগৱান”ৰ সমাদৰ।
  • বিভিন্ন ঠাইত সমাদৰ লাভ কৰা কথাছবিখনলৈ পুনৰ আহিছে ভাল খবৰ।
  • এইবাৰ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল মেলৱৰ্ণ ২০২১ লৈ নিৰ্বাচিত হৈছে ”বেলকনিত ভগৱান”।
  • বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত এই ”বেলকনিত ভগৱান” শীৰ্ষক কথাছবিখন।
  • ”বেলকনিত ভগৱান”ৰ প্ৰযোজনা সাহিত্যিক নুৰুল চুলতান।
  • ইতিমধ্যে ভাৰতৰ কইবাখনো ঠাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে ”বেলকনিত ভগৱান”।
  • ‘বেলকনিত ভগৱান” নিৰ্বাচিত হৈছে চীনৰ চাংহাই মহোৎসৱলৈয়ো।
  • জাৰ্মানীৰ ১৮ সংখ্যক ইণ্ডিয়ান ছবি মহোৎসৱত কথাছবিখনে লাভ কৰিছে বিশেষ সমাদৰ।
  • অষ্ট্ৰেলিয়ালৈও আমন্ত্ৰিত হৈছে কথাছবিখন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি