শেহতীয়া খবৰ
চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ  •  কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা  •  ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ...  •  দিল্লী আৰক্ষীৰ নতুন আয়ুক্তৰূপে এছএন শ্ৰীবাস্তৱক নিযুক্তি…  •  কোনে হত্যা কৰিছিল দিল্লীৰ চোৰাংচোৱা বিষয়া অংকিত শৰ্মাক, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰক তথ্য...  •  যি কাম মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু অথবা মনমোহন সিঙে কৰিব পৰা নাছিল, সেই কাম কৰি দেখুৱাইছে মোডীয়েঃ জেপি নড্ডা  •  দিল্লীত এতিয়া কেনে পৰিস্থিতি...

গোৱালপাৰাত দুষ্প্ৰাপ্য বনৰৌসহ ৪ চোৰাং ব্যৱসায়ীক আটক…

98

ডিজিটেল সংবাদ, কৃষ্ণাই: গোৱালপাৰা জিলাত শনিবাৰে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ (WCCB) আৰু শুল্ক বিভাগে যৌথভাৱে অভিযান চলাই এটা দুষ্প্ৰাপ্য বনৰৌসহ চাৰিজন চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, এক গোপন সূত্ৰৰ আঁত ধৰি চলোৱা এই অভিযানত কৃষ্ণাই আৰু ৰংজুলি বনাঞ্চলৰ সীমান্তত বিক্ৰী কৰিবলৈ নি থকা অৱস্থত প্ৰায় ৮ কিলোগ্ৰামৰ বনৰৌটো উদ্ধাৰ কৰে। লগতে চাৰিটা চোৰাং ব্যৱসায়ী ক্ৰমে- ইনামূল হক, নজৰুল ইছলাম,বাণী ৰাভা আৰু আউলাদ হুছেইনক আটক কৰে। ইফালে এই ঘটনাটোক এক নাটক বুলি কৈছে ধৃত ব্যক্তিৰ পৰিয়ালে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি