পোহৰলৈ আহিছে গোৱালপাৰাত কোৰোনাত আক্ৰান্ত লোককেইজনৰ নাম…

পোহৰলৈ আহিছে গোৱালপাৰাত কোৰোনাত আক্ৰান্ত লোককেইজনৰ নাম…
  • কোৰোনাত আক্ৰান্ত গোৱালাপাৰাৰ তিনিজনকৈ লোকৰ নাম চিনাক্ত।
  • চৰকাৰে প্ৰকাশ কৰিছে লোক ৩জনৰ নাম।
  • সকলো লোককে সজাগ কৰাৰ বাবে চৰকাৰে নামসমূহ প্ৰকাশ কৰিছে।
  • কোৰোনাত আক্ৰান্ত লোককেইজন হৈছে শ্বাহজাহান আলী (৬০) আৰু কবিৰ উদ্দিন ৰহমান (৪১)।
  • দুয়োজন লোকৰে ঘৰ গোৱালপাৰা চহৰত।
  • লগতে আনগৰাকী হৈছে বহতি অঞ্চলৰ ইউছুফ আলী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in