গোলাঘাটৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল

গোলাঘাটৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল

গোলাঘাট জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলঃ

জিলা পৰিষদ মুঠ আসনঃ ১৭ 

  • বিজেপিয়ে লাভ কৰিছেঃ ৯ 
  • কংগ্ৰেছে লাভ কৰিছেঃ ৮ 
  • অগপই লাভ কৰিছেঃ ০
  • এআইইউডিএফে লাভ কৰিছেঃ ০
  • অন্যান্যই লাভ কৰিছেঃ ০

পঞ্চায়ত সভাপতিৰ মুঠ সংখ্যাঃ ১০২ 

  • বিজেপিয়ে লাভ কৰিছেঃ ৪৬
  • কংগ্ৰেছে লাভ কৰিছেঃ ৪০
  • অগপই লাভ কৰিছেঃ ১৬
  • এআইইউডিএফে লাভ কৰিছেঃ ০
  • অন্যান্যই লাভ কৰিছেঃ ০

 

আঞ্চলিক পঞ্চায়ত সদস্যৰ সংখ্যাঃ ১০২ 

  • বিজেপিয়ে লাভ কৰিছেঃ ৪৯
  • কংগ্ৰেছে লাভ কৰিছেঃ ৪২
  • অগপই লাভ কৰিছেঃ ১১
  • এআইইউডিএফে লাভ কৰিছেঃ ০
  • অন্যান্যই লাভ কৰিছেঃ ০

 

ৱাৰ্ড/পঞ্চায়ত সদস্যৰ মুঠ সংখ্যাঃ ১০২০ 

  • বিজেপিয়ে লাভ কৰিছেঃ ৪৫০
  • কংগ্ৰেছে লাভ কৰিছেঃ ৩৯১
  • অগপই লাভ কৰিছেঃ ১৭৩
  • এআইইউডিএফে লাভ কৰিছেঃ ০
  • অন্যান্যই লাভ কৰিছেঃ ৬

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in