এটা সপ্তাহলৈ দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব গোৱাৰ ৰাজভৱন…

এটা সপ্তাহলৈ দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব গোৱাৰ ৰাজভৱন…
  • সোমবাৰৰ পৰা এটা সপ্তাহৰ বাবে বন্ধ হ'ল ৰাজভৱন।
  • বৰ্ধিত কোভিড সংক্ৰমণৰ বাবে এই সিদ্ধান্ত।
  • দৰ্শনাৰ্থীৰ বাবে ৭ টা দিনলৈ বন্ধ থাকিব গোৱাৰ ৰাজভৱন।
  • এক নিৰ্দেশনাৰ জৰিয়তে এই বিষয়ে ৰাজভৱনৰ ফালৰ পৰা জনোৱা হৈছে।
  • ১৭ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰী পৰ্যন্ত দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব গোৱাৰ ৰাজভৱন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in