গোৱাৰ কালাংগুটে বিচ্চত নগালেণ্ডৰ যুৱকৰ সলিল সমাধি

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • শুকুৰবাৰে গোৱাত সংঘটিত হ'ল এক শোকাৱহ ঘটনা।
  • নগালেণ্ডৰ এজন ২১ বছৰীয়া যুৱকৰ সলিল সমাধি।
  • কালাংগুটে বিচ্চত সলিল সমাধি যুৱকজনৰ।
  • ঘটনাস্থলীত উপস্থিত আৰক্ষী।
  • আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰে বাবে প্ৰেৰণ কৰে চিকিৎসালয়লৈ ।
  • এই মৃত্যু স্বাভাৱিক নহয় বুলি আৰক্ষীৰ সন্দেহ।
  • কোনো দুৰ্বৃত্তই হত্যা কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।
  • আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in