লাভলীনা বৰগোঁহাইৰ সফলতা অৰ্জনৰ বাবে ‘গ’ ফ’ৰ গ্ল’ৰী-লাভলীনা’ চাইকেল ৰেলী…

লাভলীনা বৰগোঁহাইৰ সফলতা অৰ্জনৰ বাবে ‘গ’ ফ’ৰ গ্ল’ৰী-লাভলীনা’ চাইকেল ৰেলী…
  • অসম সন্তান লাভলীনা বৰগোঁহাইক উৎসাহ যোগাবৰ বাবে বিশেষ পদক্ষেপ।
  • লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ 'গ' ফ'ৰ গ্ল'ৰী-লাভলীনা' চাইকেল ৰেলী।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই চাইকেল ৰেলীত অংশগ্ৰহণ।
  • বিধায়ক অখিল গগৈ, মন্ত্ৰী অতুল বৰা, ৰঞ্জিত দাসকে ধৰি বহু কেইগৰাকী মন্ত্ৰী-বিধায়কৰ এই ৰেলীত অংশগ্ৰহণ।
  • লাভলীনাই টকিঅ' অলিম্পিকত অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে যোৱাৰ বাবে এনেদৰে অভিনন্দন জনোৱা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in