জি এন আৰ চিৰ পৰা গ্ৰেপ্তাৰ বিতৰ্কিত মডেল ৰাজকন্যাক

জি এন আৰ চিৰ পৰা গ্ৰেপ্তাৰ বিতৰ্কিত মডেল ৰাজকন্যাক
  • পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা।
  • ৰুক্মীণিগাঁৱত সংঘটিত দুৰ্ঘটনাৰ বাবে দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ বিতৰ্কিত মডেলগৰাকী।
  • জি এন আৰ চিৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল ৰাজকন্যা।
  • জি এম চি এইছৰ ৬ জনীয়া মেডিকেল ব'ৰ্ডে কৰিছিল স্বাস্থ্য পৰীক্ষা।
  • মেডিকেল ব'ৰ্ডে জনাইছিল সুস্থ ৰাজকন্যা বৰুৱা।
  • তাৰ পিছতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মডেল গৰাকীক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in