জিএমচিএইচত হ’ব নতুন ছুপাৰ স্পেচিয়েলিটী হাস্পতালঃ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত…

জিএমচিএইচত হ’ব নতুন ছুপাৰ স্পেচিয়েলিটী হাস্পতালঃ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত…
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুন ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ কাম আৰম্ভ হ'ব।
  • ফেব্ৰুৱাৰী মাহত কাম আৰম্ভ হ'ব এই স্পেচিয়েলিটী হাস্পতালখনৰ।
  • অনলাইন যোগে ৰোগীয়ে পঞ্জীয়ন কৰিব পাৰিব।
  • ৰোগীৰ আত্মীয়ই আৰু দীঘলীয়া শাৰী পাতিব নালাগে।
  • শীঘ্ৰেই জিএমচিএইচত হ'ব এই অত্যাধুনিক ব্যৱস্থা।
  • হাস্পতাল কৰ্তৃপক্ষই ল'ব পাৰিব ঠিকাভিত্তিক কৰ্মচাৰীকো।
  • স্থায়ী কৰ্মচাৰীৰ সমানে বেতন দিয়া হ'ব ঠিকাভিত্তিক কৰ্মচাৰীক।
  • সংবাদমেলত এই কথা জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in