হুইল চেয়াৰক কেন্দ্ৰ কৰি জিএমচিএইচত ৰোগীৰ আত্মীয়-চিকিৎসাকৰ্মীৰ সংঘাত

হুইল চেয়াৰক কেন্দ্ৰ কৰি জিএমচিএইচত ৰোগীৰ আত্মীয়-চিকিৎসাকৰ্মীৰ সংঘাত
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন।
  • এখন হুইল চেয়াৰক কেন্দ্ৰ কৰি জিএমচিএইচৰ কৰ্মচাৰী আৰু ৰোগীৰ আত্মীয়ৰ মাজত মাৰপিট।
  • জৰুৰীকালীন সেৱা বিভাগত সংঘটিত হৈছে এই ঘটনা।
  • একাংশ লোকে দোষী কৰ্মচাৰীক শাস্তিৰ দাবীত উত্তাল কৰি তোলে জিএমচিএইচৰ চৌহদ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in