জিএমচিএইচৰ হোষ্টেলত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ…

জিএমচিএইচৰ হোষ্টেলত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ…
  • গুৱাহাটী মেডিকেল কলেজৰ হোষ্টেলত উদ্ধাৰ মৃতদেহ।
  • এমএমবিএছৰ চূড়ান্ত বৰ্ষৰ এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ।
  • মৃত ছাত্ৰজনৰ নাম নিমচিং পানমেই।
  • হোষ্টেলৰ তলত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ।
  • মৃত ছাত্ৰজনৰ ঘৰ ডিমা হাচাওৰ মাহুৰত বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in