শেহতীয়া খবৰ
ধূপধৰাৰ ধানবৰীত বাঁহৰ সাঁকোৰ পৰা পৰি মৃত্যু এজনৰ  •  লালুকত অভিৰুচি শিল্পী সৈনিকৰ নাট কৰ্মশালা সম্পন্ন  •  ধূপধৰাত দ্বিতীয় বাৰ্ষিক বায়খো উৎসৱ উদযাপন, জলন্ত অঙঠাৰ ওপৰত নৃত্য প্ৰদৰ্শন  •  সুদুৰ ম্যানমাৰৰ পৰা আহি অসমৰ জোঁৱাই হ'ল অবৈধ ৰোহিংগা, আদালত চৌহদত বিষ্ফোৰক স্বীকাৰোক্তি, VIDEO  •  ধূপধৰাত কবৰ খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে শিশুৰ মৃতদেহ, পানীত পৰি মৃত্যু হোৱাৰ পিছত জনোৱা নাছিল আৰক্ষীক  •  কাৰ আশীৰ্বাদত বৰাকত চলিছে অবৈধ সাৰৰ চিণ্ডিকেট, আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা জব্দ ২৮ খন সাৰভৰ্তি ট্ৰাক  •  বঙাইগাঁৱৰ সিদলসতীত ৰাইজে কৰায়ত্ত কৰিলে ডকাইত, VIDEO  •  গৰৈমাৰীত আছুৰ বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ  •  দক্ষিণ কামৰূপত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ-কলহীৰ জলপৃষ্ঠঃ একাংশ উভতিছে নিজা ঘৰলৈ, অধিকাংশ দুৰ্গত এতিয়াও গৰু-ছাগলীৰ সৈতে আশ্ৰয় শিবিৰ, ওখ-ভেটিত  •  ওদালগুৰিত ২১৯ কৃৰ্তী শিক্ষাৰ্থীক আছুৰ অভিনন্দনঃ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী, অসমত শিক্ষাৰ নামত ৰাজনীতি-ব্যৱসায় চলোৱাৰো অভিযোগ সংগঠনটোৰ

‘আছুক পৰিষ্কাৰ কৰাৰ দায়িত্ব বিজেপিৰ’

1,359
  • জি এম চি এইচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত  বিজেপিৰ যুৱ মৰ্চাৰ ‘বিজয় লক্ষ্য ২০১৯।
  • অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।
  • ‘সলনি হৈছে আছুৰ আভ্যন্তৰীণ পৰিৱেশ।’
  • ‘আছুৱে হেৰুৱাইছে পূৰ্বৰ গৰিমা।’
  • ‘আছুত থকা কলুষিত লোকক গতিয়াই উলিয়াব লাগিব।’
  • আছুক পৰিষ্কাৰ কৰাৰ দায়িত্ব বিজেপিৰ’ – GMCH প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপিৰ যুৱ মৰ্চাৰ ‘বিজয় লক্ষ্য ২০১৯’ত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • ‘আছুৰ গুৱাহাটীসহ ভিন্ন জিলাৰ সভাপতি–সম্পাদকলৈ আঙুলি টোঁৱাই হিমন্ত বিশ্ব শৰ্মাই কয় – সন্দেহযুক্ত নাগৰিকৰ কাষত থিয় দিছে আছু-অগপই।’
  • ‘সাহিত্য সভাকো সমালোচনা হিমন্ত বিশ্বৰ।’
  • ‘অসম সাহিত্য সভাত সোমাইছে ন-অসমীয়া।’
  • ‘বংগীয় মূলৰ লোকৰ হাতত আছু আৰু সাহিত্য সভা।’
  • সাম্প্ৰদায়িক সংঘৰ্ষ ঘটোৱা লোকৰে সমুজ্জ্বল ভট্টাচাৰ্যৰ সম্পৰ্ক আছে বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ।
  • আগন্তুক ৩ মাহৰ যুঁজৰ বাবে বিজেপি সাজু বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি