‘আছুক পৰিষ্কাৰ কৰাৰ দায়িত্ব বিজেপিৰ’

ফাইল ফটো
ফাইল ফটো
  • জি এম চি এইচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত  বিজেপিৰ যুৱ মৰ্চাৰ 'বিজয় লক্ষ্য ২০১৯।
  • অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।
  • 'সলনি হৈছে আছুৰ আভ্যন্তৰীণ পৰিৱেশ।'
  • 'আছুৱে হেৰুৱাইছে পূৰ্বৰ গৰিমা।'
  • 'আছুত থকা কলুষিত লোকক গতিয়াই উলিয়াব লাগিব।'
  • আছুক পৰিষ্কাৰ কৰাৰ দায়িত্ব বিজেপিৰ' – GMCH প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপিৰ যুৱ মৰ্চাৰ 'বিজয় লক্ষ্য ২০১৯'ত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • 'আছুৰ গুৱাহাটীসহ ভিন্ন জিলাৰ সভাপতি–সম্পাদকলৈ আঙুলি টোঁৱাই হিমন্ত বিশ্ব শৰ্মাই কয় – সন্দেহযুক্ত নাগৰিকৰ কাষত থিয় দিছে আছু-অগপই।'
  • 'সাহিত্য সভাকো সমালোচনা হিমন্ত বিশ্বৰ।'
  • 'অসম সাহিত্য সভাত সোমাইছে ন-অসমীয়া।'
  • 'বংগীয় মূলৰ লোকৰ হাতত আছু আৰু সাহিত্য সভা।'
  • সাম্প্ৰদায়িক সংঘৰ্ষ ঘটোৱা লোকৰে সমুজ্জ্বল ভট্টাচাৰ্যৰ সম্পৰ্ক আছে বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ।
  • আগন্তুক ৩ মাহৰ যুঁজৰ বাবে বিজেপি সাজু বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in