GMCHত আৰক্ষী-স্বাস্থ্যবিভাগৰ উচ্চপদস্থ বিষয়াৰে হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক…

GMCHত আৰক্ষী-স্বাস্থ্যবিভাগৰ উচ্চপদস্থ বিষয়াৰে হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক…
  • কোৰোনাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক জি এম চি এইচত।
  • স্বাস্থ্যমন্ত্ৰী উপস্থিত আছে এই বৈঠকত।
  • প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত আছে বৈঠকত।
  • মহানগৰীত কোৰোনাত আক্ৰান্ত বৃদ্ধি পোৱাৰ বিষয়ক লৈ আলোচনা হৈছে বৈঠকত।
  • পুনৰ মহানগৰীত লকডাউন প্ৰযোজ্য কৰাক লৈ আলোচনা হৈছে বৈঠকত।
  • মুখ্যমন্ত্ৰীৰে আলোচনা কৰাৰ অন্তত এই বৈঠকত ভাগ লৈছে মন্ত্ৰী হিমন্ত বিশ্বৱ শৰ্মা।
  • বৈঠকত উপস্থিত আছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in