শেহতীয়া খবৰ
কংগ্ৰেছৰ ৩জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা...  •  অসমত আকৌ ১৯জন কোভিড পজিটিভ, সুস্থ হৈছে ১৭জন...  •  বিধানসভা নিৰ্বাচনঃ অসম-মেঘালয় সীমান্তৱৰ্তী মিৰজুমলাত আৰক্ষীৰ অভিযান...  •  পুনৰ প্ৰাৰ্থিত্ব লাভ কৰি বটদ্ৰৱা সমষ্টিত আঙুৰলতা ডেকাৰ ৰেলী...  •  গৰৈমাৰীত অগপৰ মহিলা শক্তি সমাৰোহত ডাঃ কমলা কলিতা...  •  বনগাঁওৰ সমাজকৰ্মী দুলাল চন্দ্ৰ পালৰ আদ্যশ্ৰাদ্ধ,স্মৃতিচাৰণ সভাত স্মৃতিগ্ৰন্থ উন্মোচন...  •  অসম সাহিত্য সভাৰ 'সৃষ্টিৰ চ'ৰাঘৰ' শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভ...  •  প্ৰাৰ্থীত্ব লাভ কৰা পাছত বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শিৱামনি বৰাৰ প্ৰচাৰ ৰেলী...  •  তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত বিনামূলীয়া দন্ত চিকিৎসা শিৱিৰ আৰু সজাগতা সভা...  •  জয়ন্তমল্লক সমৰ্থন নকৰে নলবাৰীৰ ক্ষুব্ধ অগপ কৰ্মীয়ে,অতুল-কেশৱ-ফণী-বীৰেনক দগাবাজ আখ্যা

GMCHত আৰক্ষী-স্বাস্থ্যবিভাগৰ উচ্চপদস্থ বিষয়াৰে হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক…

338
  • কোৰোনাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক জি এম চি এইচত।
  • স্বাস্থ্যমন্ত্ৰী উপস্থিত আছে এই বৈঠকত।
  • প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত আছে বৈঠকত।
  • মহানগৰীত কোৰোনাত আক্ৰান্ত বৃদ্ধি পোৱাৰ বিষয়ক লৈ আলোচনা হৈছে বৈঠকত।
  • পুনৰ মহানগৰীত লকডাউন প্ৰযোজ্য কৰাক লৈ আলোচনা হৈছে বৈঠকত।
  • মুখ্যমন্ত্ৰীৰে আলোচনা কৰাৰ অন্তত এই বৈঠকত ভাগ লৈছে মন্ত্ৰী হিমন্ত বিশ্বৱ শৰ্মা।
  • বৈঠকত উপস্থিত আছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি