গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৬০টালৈ বৃদ্ধি…

গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৬০টালৈ বৃদ্ধি…
  • গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা বৃদ্ধি।
  • ৬০টালৈ বৃদ্ধি কৰা হৈছে ৱাৰ্ডৰ সংখ্যা।
  • পূৰ্বতে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা আছিল ৩১টা।
  • ১৯ জানুৱাৰীৰ ভিতৰত এই সন্দৰ্ভত আপত্তি থাকিলে জনাব পাৰিব।
  • দীৰ্ঘবিৰতিৰ পাছত পৌৰ নিগমৰ এই সিদ্ধান্ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in