শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

নিজামুদ্দিনৰ ঘটনাৰ লগত অসমৰ ৪৭২ জন লোক জড়িত, আমি তথ্য লাভ কৰিছোঃ হিমন্ত বিশ্ব শৰ্মা

1,718
  • বৰ্তমানলৈকে অসমত কোৰোনাৰ আক্ৰান্ত লোক ১৬ জন।
  • গধুলিলৈ পৰিসংখ্যা সলনি হ’লে জনাব পাৰিম।
  • আমি সন্ধিয়া ফলাফল আৰু কিছু জাম।
  • গোলাঘাটৰ ৮ জন লোকৰ আক্ৰান্তৰ কথা প্ৰকাশ।
  • মন্ত্ৰীগৰাকীয়ে সদৰি কৰিলে নামসমূহ।
  • নামসমূহ ক’লে, ১/ ৱাহিদা বেগম( দেৰগাঁও), ২/আনোৱা হুছেইন(দেৰগাঁও), ৩/আইদৰ আলি( মৰঙি, গোলাঘাট), ৪/য়াকুব আলি( মেৰাপানী), ৫/জেচমিনা বেগম( মেৰাপানী), ৬/চালেহা বেগম( মেৰাপানী), ৭/এলিনা বেগম( মৰঙী, গোলাঘাট), ৮/ৰুমা বেগম ( মেৰাপানী)
  • আটাইকেইগৰাকী গোলাঘাট অসামৰিক হাস্পতালত আছে।
  • সকলোৰে স্বাস্থ্য এতিয়া সুস্থ হৈ আছে।
  • গোৱালপাৰাৰ আক্ৰান্তসকলক গোৱালপাৰা অসামৰিক হাস্পতালত ৰখা হৈছে।
  • নিজামুদ্দিনৰ পৰা অহা লোকৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে।
  • ৪৫৬ গৰাকী লোকৰ তালিকা ভাৰত চৰকাৰে আমাক দিছিল।
  • ২৭৪ গৰাকীক ১০৪ ৰ জৰিয়তে আমি পাইছো।
  • আন কিছুৱে নিজে বা আৰক্ষীৰ জৰিয়তে আমাৰ সৈতে সংযোগ হৈছে।
  • নিজামুদ্দিনৰ ঘটনাৰ লগত অসমৰ ৪৭২ জন লোক জড়িতৰ তথ্য পোৱা গৈছে।
  • সেই সময়ত মাৰ্কাজত নথকা কিন্তু নিজামুদ্দিনৰ পথেৰে গৈছিল তেনে ২২৬ গৰাকী লোকৰ কথা জানিব পৰা গৈছে।
  • আমি এতিয়া বিচাৰিব লগীয়া লোক আছে ৫০৩ গৰাকী।
  • এতিয়ালৈকে ৪৮৮ গৰাকী ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছো।
  • আজি আমি আৰু ১৫ গৰাকী ব্যক্তিক বিচাৰি পালেই আমাৰ প্ৰথম তালিকাত নাম থকা লোকসকলক বিচাৰি পাম।
  • এই ৪৮৮ গৰাকী ব্যক্তিৰ ৩৬১ গৰাকী ব্যক্তিৰ নমুনা সংগ্ৰহ কৰা হৈছে।
  • ৩৯০ গৰাকীক কোৱাৰেন্টাইন কৰা হৈছে।
  • ৪৮৮গৰাকীৰ নমুনা আমি ল’ম।
  • ৩৬১ টা নমুনা পৰীক্ষা কৰোতে আমি শুকুৰবাৰে ১২ টালৈকে সকলো ফলাফল কাম।
  • প্ৰথম দৃষ্টিত নিগেটিভ থাকিলেও ১৪ দিনলৈকে ৩ টা নমুনা সংগ্ৰহ কৰিব লাগিব।
  • এতিয়ালৈকে বিপদমুক্ত বুলি ক’ব নোৱাৰো।
  • ৫০৩ ব্যক্তিক বিচাৰি উলিয়াব লাগে।
  • শুকুৰবাৰৰ ১২ বজাৰ ভিতৰত আমি এই অপাৰেচন সফলভাৱে কৰিব পাৰিম।
  • অসমত এতিয়ালৈকে ৯৫১ টা নমুনা পৰীক্ষা কৰা হৈছে।
  • নিগেটিভ আহিছে সকলো।
  • ৯৮ টা ফলাফল আমি এতিয়াও পাবলৈ বাকী আছে।
  • অসমৰ বাহিৰত অসমৰ কিছু লোক পজিটিভ হোৱাৰ খবৰ পাইছো।
  • ভেকচিন প্ৰস্তুত নোহোৱালৈকে আমি সাজু থাকিব লাগিব।
  • ৬০ টা আইচিইউ বেড জিএমচিএইচত আছিল।
  • কোভিডৰ ঘটনাৰ আৰম্ভণিতে ৩৩ খন আইচিইউ বেড সংযোজিত হৈছে।
  • ১৬২ খন আইচিইউ ভেন্টিলেচন বেড জিএমচিএইচত হৈছে।
  • কোভিডৰ বাবে এয়া কৰা হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি