শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

নলা নিষ্কাষণৰ কামৰ সৈতে জড়িত ৭১ গৰাকী ঠিকাদাৰলৈ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ…

  • গুৱাহাটী পৌৰ নিগমৰ ৭১গৰাকী ঠিকাদাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ।
  • নলা নিষ্কাষণৰ কামত জড়িত ঠিকাদাৰলৈ এই জাননী প্ৰেৰণ জিএমচিৰ আয়ুক্তৰ।
  • সময় মতে কামৰ অগ্রগতি নোহোৱাক লৈ অসন্তুষ্ট আয়ুক্তগৰাকী।
  • মুঠ ১৩৮ কোটি টকা ব্যয় সাপেক্ষে চলি আছে নলা নিষ্কাষণৰ কাম।
  • দুদিনৰ ভিতৰত জনাব কামৰ অগ্রগতিৰ বিষয়ে জনাব লাগিব আয়ুক্তক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি