নলা নিষ্কাষণৰ কামৰ সৈতে জড়িত ৭১ গৰাকী ঠিকাদাৰলৈ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ…

নলা নিষ্কাষণৰ কামৰ সৈতে জড়িত ৭১ গৰাকী ঠিকাদাৰলৈ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ…
  • গুৱাহাটী পৌৰ নিগমৰ ৭১গৰাকী ঠিকাদাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ।
  • নলা নিষ্কাষণৰ কামত জড়িত ঠিকাদাৰলৈ এই জাননী প্ৰেৰণ জিএমচিৰ আয়ুক্তৰ।
  • সময় মতে কামৰ অগ্রগতি নোহোৱাক লৈ অসন্তুষ্ট আয়ুক্তগৰাকী।
  • মুঠ ১৩৮ কোটি টকা ব্যয় সাপেক্ষে চলি আছে নলা নিষ্কাষণৰ কাম।
  • দুদিনৰ ভিতৰত জনাব কামৰ অগ্রগতিৰ বিষয়ে জনাব লাগিব আয়ুক্তক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in