গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৩ গৰাকী চিকিৎসকৰ দেহত কোৰোনা ভাইৰাছ…

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৩ গৰাকী চিকিৎসকৰ দেহত কোৰোনা ভাইৰাছ…
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৩ গৰাকী চিকিৎসকৰ দেহত পুনৰ ধৰা পৰিছে কোৰোনা ভাইৰাছ।
  • চিকিৎসক কেইগৰাকীয়ে কাৰ্যসম্পাদন কৰি বিলাসী হোটেল টাজ বিভান্টাত কোৱাৰেন্টাইন হৈ আছিল।
  • তাৰ পাছতে তেওঁলোকৰ কোৰোনা পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছিল।
  • সেই পৰীক্ষাত চিকিৎসক কেইগৰাকীৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰে।
  • আক্ৰান্ত চিকিৎসকত্ৰয় হৈছে ক্ৰমে ভাঃ যুগান্ত ৰায়, ডাঃ আব্দুল হালিম সৰকাৰ আৰু ডাঃ সিদ্ধাৰ্থ নন্দী।
  • ইফালে টাজ বিভান্টাত থকা কেইগৰাকীও চিকিৎসকৰ দেহত কোৰোনা ধৰা পৰা বিষয়টোৱে চৰ্চা লাভ কৰিছে।
  • হোটেলখনেই কোৰোনাৰ ঘাটি হৈ পৰাৰ সন্দেহ কৰিছে বিভিন্নজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in