সৰ্প দংশনত মৃত্যু বজালী মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰীৰ

সৰ্প দংশনত মৃত্যু বজালী মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰীৰ
  • সৰ্প দংশনত মৃত্যু বজালী মহাবিদ্যালয়ৰ ছাত্ৰীৰ।
  • মেধাৱী ছাত্ৰীগৰাকীৰ নাম নৱনীতা বড়ো।
  • অসমীয়া বিভাগৰ স্নাতকোত্তৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী আছিল নৱনীতা।
  • ছাত্ৰীগৰাকীৰ ঘৰ বঙাইগাঁৱত।
  • নিজ গৃহতে সৰ্পই দংশন কৰে ছাত্ৰীগৰাকীক।
  • যোৱা ৩ আগষ্টত ৰান্ধনি ঘৰত সাপে দংশন কৰিছিল নৱনীতাক।
  • ৰন্ধন গেছৰ চিলিণ্ডাৰৰ তলত আছিল সাপটো।
  • বঙাইগাঁৱৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ছাত্ৰীগৰাকী।
  • বুধবাৰে নিশা ৯বজাত মৃত্যু হয় নৱনীতাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in