শেহতীয়া খবৰ
বটদ্ৰৱাত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ...  •  ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ....  •  এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...  •  এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত ধেমাজিত মুখ্যমন্ত্ৰী সোণোৱালৰ পদত্যাগৰ দাবীত পুত্তলিকা দাহ...

শোকাৱহ! গাৰ ওপৰত ৰাজনৈতিক দলৰ লোৰ বেনাৰ খহি পৰি যুৱতীৰ মৃত্যু

11,683
  • চেন্নাইত শোকাবহ পথ দুৰ্ঘটনা।
  • এআইএডিএমকেৰ বেনাৰ খহি পৰাৰ ফলত এগৰাকী ২২ বছৰীয়া যুৱতীৰ মৃত্যু।
  • স্কুটী চলাই যুৱতীগৰাকী গৈ থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।
  • পথৰ কাষত লগাই থোৱা এআইএডিএমকেৰ বেনাৰখন খহি পৰে যুৱতীগৰাকীৰ ওপৰত।
  • গুৰুতৰভাৱে আহত যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
  • কিন্তু চিকিৎসালয়তে মৃত্যুক সাৱটি লয় যুৱতীগৰাকীয়ে।
  • দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি