শেহতীয়া খবৰ
তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  পৰিবহন বিভাগত বিত্তীয় খেলিমেলি, মহানগৰীৰ ডিটিঅ’ সহ ৪জনক নিলম্বন...  •  কোৰোনাত আক্ৰান্ত বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক..  •  চলিত শিক্ষাবৰ্ষ ৩ মাহ বৃদ্ধিৰ প্ৰস্তাৱ মাধ্যমিক শিক্ষা বিভাগৰ...  •  ভয়ংকৰ দৃশ্য! মাজুলীত বাঁহৰ দলং ভাঙি পানীত বাগৰিল ২০ জন... VIDEO  •  কাশ্মীৰৰ পৰা সেনা জোৱানক অপহৰণ সন্ৰাসবাদীৰ...  •  বিমান যাত্ৰীসকলৰ বাবে দুঃখবৰ....  •  দুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪জনৰ মৃত্যু...  •  মানকাচৰত পুনৰ ৩জনৰ দেহত কোভিড-১৯, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৮ জনলৈ বৃদ্ধি...

অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিব জিৰাফ

181
  • অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিব নতুন আলহী।
  • দীৰ্ঘদিন ধৰি চিৰিয়াখানাত নাছিল জিৰাফ।
  • অসম ৰাজ্যিক চিৰিয়াখানালৈ আনি থকা হৈছে এটা জিৰাফ।
  • মধ্য প্ৰদেশৰ পৰা এই জিৰাফটো আনি থকা হৈছে বুলি জানিব পৰা গৈছে।
  • আজি চিৰিয়াখানা পাবহি জিৰাফটো।
  • বন বিভাগৰ এক সূত্ৰত প্ৰকাশ এই কথা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি