অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিব জিৰাফ

অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিব জিৰাফ
  • অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিব নতুন আলহী।
  • দীৰ্ঘদিন ধৰি চিৰিয়াখানাত নাছিল জিৰাফ।
  • অসম ৰাজ্যিক চিৰিয়াখানালৈ আনি থকা হৈছে এটা জিৰাফ।
  • মধ্য প্ৰদেশৰ পৰা এই জিৰাফটো আনি থকা হৈছে বুলি জানিব পৰা গৈছে।
  • আজি চিৰিয়াখানা পাবহি জিৰাফটো।
  • বন বিভাগৰ এক সূত্ৰত প্ৰকাশ এই কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in