শেহতীয়া খবৰ
গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...  •  বান্দৰদেৱাত কাছ সৰবৰাহ কৰি আটক হ'ল দুজন...

জু-ৰোডৰ আকাশী পথৰ এটা বাসগৃহত অগ্নি সংযোগ দুৰ্বৃত্তৰ…

127
  • মহানগৰীৰ জু-ৰোডৰ আকাশী পথৰ ৪নং গৃহত অগ্নি সংযোগৰ ঘটনা।
  • জুইত জাহ যায় দুখনকৈ দুচকীয়া বাহন।
  • কথমপি প্রাণ ৰক্ষা ঘৰটোত থকা পৰিয়ালৰ।
  • নিশা দুৰ্বৃত্তই অগ্নি সংযোগ কৰিবলৈ অহা দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত।
  • গৃহস্থৰ তৎপৰতাত নিৰ্বাপন কৰা হয় জুই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি