জু-ৰোডৰ আকাশী পথৰ এটা বাসগৃহত অগ্নি সংযোগ দুৰ্বৃত্তৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মহানগৰীৰ জু-ৰোডৰ আকাশী পথৰ ৪নং গৃহত অগ্নি সংযোগৰ ঘটনা।
  • জুইত জাহ যায় দুখনকৈ দুচকীয়া বাহন।
  • কথমপি প্রাণ ৰক্ষা ঘৰটোত থকা পৰিয়ালৰ।
  • নিশা দুৰ্বৃত্তই অগ্নি সংযোগ কৰিবলৈ অহা দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত।
  • গৃহস্থৰ তৎপৰতাত নিৰ্বাপন কৰা হয় জুই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in