শেহতীয়া খবৰ
CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  মৰিগাঁৱত কৰুণ ঘটনাঃ বাঢ়নী পানীত পৰি মৃত্যু শিশু, কিশোৰৰ...  •  ৩.৫ কোটিৰে BVFCL  চিকিৎসালয় নৱীকৰণৰ কাম আৰম্ভঃ মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউণ্ড মেছিন ৰাইজৰ সেৱাত মুকলি...  •  বটদ্ৰৱা কাণ্ডৰে জড়িত আশ্বিকুলৰ ফলাফলে কন্দুৱাইছে পৰিয়ালক...  •  জামুগুৰিত ৰৈ থকা ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত ২ জন...  •  জাগুন ঘাটত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ...

মহানগৰীত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ মহিলাঃ সংকটজনক অৱস্থাত ভৰ্তি হাস্পতালত, আটক স্বামীক…

  • মহানগৰীৰ খ্রীষ্টানবস্তিত এগৰাকী মহিলাক নিৰ্যাতনৰ ঘটনা।
  • বাসগৃহতে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ এগৰাকী বোৱাৰী।
  • দীৰ্ঘদিন ধৰি স্বামীৰ পৰিয়ালে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন।
  • উল্লেখ্য যে, ২০১৮ চনত বিবাহপাশত আবদ্ধ হৈছিল মহিলাগৰাকী।
  • অগ্নিদগ্ধ মহিলাগৰাকীক সংকটজনক অৱস্থাত ইতিমধ্যে ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • ঘটনা সন্দৰ্ভত আটক মহিলাগৰাকীৰ স্বামী কৌশিক খেমকাক।