মহানগৰীত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ মহিলাঃ সংকটজনক অৱস্থাত ভৰ্তি হাস্পতালত, আটক স্বামীক…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মহানগৰীৰ খ্রীষ্টানবস্তিত এগৰাকী মহিলাক নিৰ্যাতনৰ ঘটনা।
  • বাসগৃহতে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ এগৰাকী বোৱাৰী।
  • দীৰ্ঘদিন ধৰি স্বামীৰ পৰিয়ালে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন।
  • উল্লেখ্য যে, ২০১৮ চনত বিবাহপাশত আবদ্ধ হৈছিল মহিলাগৰাকী।
  • অগ্নিদগ্ধ মহিলাগৰাকীক সংকটজনক অৱস্থাত ইতিমধ্যে ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • ঘটনা সন্দৰ্ভত আটক মহিলাগৰাকীৰ স্বামী কৌশিক খেমকাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in