গুৱাহাটীত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক…

গুৱাহাটীত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক…
  • মহানগৰীৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক।
  • ৰুক্মিণীগাঁৱত হাতে-লোটে ধৰা পৰে উপ সঞ্চালক অৰূপ জ্যোতি ভূঞা।
  • গৰু কঢ়িওৱা বাহনৰ নামত উৎকোচ বিচাৰি আহিছিল ভূঞা।
  • ২০,০০০ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰে তেওঁ।
  • কোকৰাঝাৰ আৰক্ষী আৰু দুৰ্নীতি নিবাৰক শাখাৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ অৰূপ জ্যোতি ভূঞাক।
  • ৰুক্মিণীগাঁওস্থিত ললিত হাৰ্ডৱেৰ নামৰ বিপনীখনত উৎকোচৰ ধন নিবলৈ আহিছিল উপ সঞ্চালক গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in