গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী দেহত কোৰোনা…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী দেহত কোৰোনা…
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন কৰ্মচাৰীৰ দেহত কোভিড-১৯ পজিটিভ।
  • গুৱাহাটী বিশ্ববিদ্যালয়ত ক্লাৰ্ক হিচাপে কৰ্মৰত মনোজ কুমাৰ নামৰ লোকজন আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।
  • বিশ্ববিদ্যালয়ৰ বিকেবি প্ৰভেছাৰ কলনীৰ সমীপতে বাস কৰে।
  • মনোজ কুমাৰে লগতে গাখীৰৰ ব্যৱসায়ো কৰে।
  • বিশ্ববিদ্যালয়খনৰ কেইবাজনো প্ৰফেছাৰক তেওঁ গাখীৰ যোগান ধৰি আহিছিল।
  • আৰু মনোজ কুমাৰৰ কোভিড পজিটিভ ধৰাৰ পাছতে প্ৰফেছাৰ কলনীত আতংকৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in