শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী দেহত কোৰোনা…

459
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন কৰ্মচাৰীৰ দেহত কোভিড-১৯ পজিটিভ।
  • গুৱাহাটী বিশ্ববিদ্যালয়ত ক্লাৰ্ক হিচাপে কৰ্মৰত মনোজ কুমাৰ নামৰ লোকজন আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।
  • বিশ্ববিদ্যালয়ৰ বিকেবি প্ৰভেছাৰ কলনীৰ সমীপতে বাস কৰে।
  • মনোজ কুমাৰে লগতে গাখীৰৰ ব্যৱসায়ো কৰে।
  • বিশ্ববিদ্যালয়খনৰ কেইবাজনো প্ৰফেছাৰক তেওঁ গাখীৰ যোগান ধৰি আহিছিল।
  • আৰু মনোজ কুমাৰৰ কোভিড পজিটিভ ধৰাৰ পাছতে প্ৰফেছাৰ কলনীত আতংকৰ সৃষ্টি হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি