এইবাৰ কামৰূপ (মেট্ৰ’)ৰ পৰা দৰঙলৈ নিষিদ্ধ হ’ল প্ৰৱেশ…

এইবাৰ কামৰূপ (মেট্ৰ’)ৰ পৰা দৰঙলৈ নিষিদ্ধ হ’ল প্ৰৱেশ…
  • কামৰূপ মহানগৰৰ পৰা দৰং জিলালৈ নিষিদ্ধ হ'ল প্রৱেশ।
  • দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই ঘোষণা কৰিছে এই কথা।
  • গুৱাহাটীৰ পৰা দৰঙত প্রৱেশ তথা প্রস্থান কৰিব নোৱাৰিব।
  • চৰকাৰী বিষয়া-কৰ্মচাৰীসকলেও মানিব লাগিব এই নিৰ্দেশ।
  • এই নিয়ম ভংগ কৰিলে দুৰ্যোগ প্রশমন আইনৰ অধীনত লোৱা হ'ব ব্যৱস্থা।
  • দৰঙত ভয়াৱহ কোৰোনা সংক্রমণৰ বাবে এই সিদ্ধান্ত লৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in