শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

এইবাৰ কামৰূপ (মেট্ৰ’)ৰ পৰা দৰঙলৈ নিষিদ্ধ হ’ল প্ৰৱেশ…

221
  • কামৰূপ মহানগৰৰ পৰা দৰং জিলালৈ নিষিদ্ধ হ’ল প্রৱেশ।
  • দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই ঘোষণা কৰিছে এই কথা।
  • গুৱাহাটীৰ পৰা দৰঙত প্রৱেশ তথা প্রস্থান কৰিব নোৱাৰিব।
  • চৰকাৰী বিষয়া-কৰ্মচাৰীসকলেও মানিব লাগিব এই নিৰ্দেশ।
  • এই নিয়ম ভংগ কৰিলে দুৰ্যোগ প্রশমন আইনৰ অধীনত লোৱা হ’ব ব্যৱস্থা।
  • দৰঙত ভয়াৱহ কোৰোনা সংক্রমণৰ বাবে এই সিদ্ধান্ত লৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি