শেহতীয়া খবৰ
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন হ'লে অসম জ্বলিবঃ এবছু  •  ওৰাঙত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ জোঁৰ সমদল...  •  ওদালগুৰিত ট্ৰাইবেল সমন্বয়ৰক্ষী সংগঠনৰ জোঁৰ সমদল, এনআৰচিৰ ১৯৫১ ভিত্তিবৰ্ষ আদৰণীয়, কিন্তু কেব মানি নলওঃ গোবিন্দ বসুমতাৰী  •  মহাৰাষ্ট্ৰত শিৱসেনাৰ মুখ্যমন্ত্ৰী!  •  আচৰিত পত্নী! স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে পুতি সেই স্থানত নিৰ্মাণ কৰিলে পাকঘৰ...  •  মণিপুৰত গ্ৰেণেড বিস্ফোৰণত আহত ২ চিআৰপিএফ জোৱান  •  দক্ষিণ শালমাৰাৰ ৭ গাওঁ পঞ্চায়তত বৰ লুইতৰ তাণ্ডৱ! জাহ গ’ল শ শ পৰিয়ালৰ ভেটি-মাটি...  •  হাটশিঙিমাৰীত পুনৰ গ্ৰেপ্তাৰ ৩ চোৰাং গৰু বেপাৰী...  •  লক্ষীপুৰত কৃষিজাত সামগ্ৰীৰ বিপণনৰ তিনিদিনীয়া কৰ্মশালা আৰম্ভ  •  ভয়ংকৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল অনন্তনাগ, ৰাজপথত পৰি থকা শক্তিশালী বিস্ফোৰক নিষ্ক্ৰিয়

মহানগৰীৰ চূণচালিত জব্দ ২৫.১১ লাখ টকা

99
  • মহানগৰীৰ চূণচালিৰ জয়পুৰত আৰক্ষীৰ অভিযান।
  • অভিযানত উদ্ধাৰ ২৫.১১ লাখ টকা।
  • মহেশ্ৰী দত্ত বৰুৱা নামৰ এজন লোকৰ পৰা উদ্ধাৰ কৰা হৈছে টকাখিনি।
  • লোকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
  • এছএছটি আৰু নুনমাটি আৰক্ষীৰ যুটীয়া অভিযানত জব্দ কৰা হৈছে টকাখিনি।
  • কোনো নথি দেখুৱাব নোৱাৰাৰ বাবে জব্দ কৰা হয় ধনখিনি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি