মহানগৰীৰ চূণচালিত জব্দ ২৫.১১ লাখ টকা

মহানগৰীৰ চূণচালিত জব্দ ২৫.১১ লাখ টকা
  • মহানগৰীৰ চূণচালিৰ জয়পুৰত আৰক্ষীৰ অভিযান।
  • অভিযানত উদ্ধাৰ ২৫.১১ লাখ টকা।
  • মহেশ্ৰী দত্ত বৰুৱা নামৰ এজন লোকৰ পৰা উদ্ধাৰ কৰা হৈছে টকাখিনি।
  • লোকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
  • এছএছটি আৰু নুনমাটি আৰক্ষীৰ যুটীয়া অভিযানত জব্দ কৰা হৈছে টকাখিনি।
  • কোনো নথি দেখুৱাব নোৱাৰাৰ বাবে জব্দ কৰা হয় ধনখিনি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in