শেহতীয়া খবৰ
এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...  •  এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত ধেমাজিত মুখ্যমন্ত্ৰী সোণোৱালৰ পদত্যাগৰ দাবীত পুত্তলিকা দাহ...  •  ওদালগুৰিত বিজেপিৰ বিশাল সাংগঠনিক সভা...  •  নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত শ্বহীদ মুকুন্দ কাকতী, কনকলতা বৰুৱা আৰু সংগীত শিল্পী জয়ন্ত হাজৰিকাক স্মৰণ

কেবৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত জোঁৰ-সাংস্কৃতিক সমদল… VIDEO

921
  • গুৱাহাটী মহানগৰীৰ ৰাজপথত জোঁৰ-সাংস্কৃতিক সমদল।
  • সন্ধিয়া ৫ বজাত কেবৰ বিৰুদ্ধে বাহিল কৰা হয় এই বিশাল সমদলটি।
  • দীঘলীপুখুৰী পাৰৰ পৰা চানমাৰি হৈ জু-ৰোড তিনিআলিৰ দিশে এই বিশাল প্ৰতিবাদী সমদল।
  • বিভিন্ন দল-সংগঠন আৰু বুদ্ধিজীৱী, শিল্পী, সাংবাদিক, সাহিত্যিকিৰ অংশগ্ৰহণ।
  • গীত-মাতেৰে কেবৰ বিৰোধিতা কৰিলে সকলোৱে।
  • প্ৰশান্ত ৰাজগুৰু, অজিত ভূঞা, কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ।
  • শ শ সাধাৰণ ৰাইজ ওলাই আহিছে কেবৰ বিৰুদ্ধে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি