গুৱাহাটী ৰে’ল ষ্টেচনত অঘটনঃ বিদ্যুৎস্পৃষ্ট হৈ নিহত ৰে’ল চালক…

গুৱাহাটী ৰে’ল ষ্টেচনত অঘটনঃ বিদ্যুৎস্পৃষ্ট হৈ নিহত ৰে’ল চালক…
  • গুৱাহাটী ৰে'ল ষ্টেচনত সংঘটিত অঘটন।
  • গুৱাহাটী-মাৰ্কংছেলেক এক্সপ্ৰেছৰ ৰেল চালক নিহত।
  • ইঞ্জিনত পানী ভৰাবলৈ যোৱাৰ সময়ত সংঘটিত হয় অঘটন।
  • উচ্চ ভল্টেজ সম্পন্ন বিদ্যুতৰ তাঁৰত স্পৰ্শ হোৱাৰ ফলত নিহত হয় ৰেল চালকজন।
  • গুৱাহাটী-মাৰ্কংছেলেক ৰেলখনৰ ইঞ্জিনৰ সমীপত উদ্ধাৰ ৰেল চালক জন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in