মহানগৰীত ড্ৰাগছ বিৰোধী অভিযানঃ ৫৪ কেজি হেৰ’ইনসহ ৯জনক গ্ৰেপ্তাৰ…

মহানগৰীত ড্ৰাগছ বিৰোধী অভিযানঃ ৫৪ কেজি হেৰ’ইনসহ ৯জনক গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত লতাশিল আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰা হৈছে ৯জন ড্ৰাগছ সৰবৰাহকাৰীক। লতাশিল আৰক্ষীয়ে স্পেচিয়েল অপাৰেশ্যন গ্ৰুপৰ সহযোগত চলাই এই অভিযান। এই অভিযানকালত জব্দ কৰা হয় প্ৰায় ৫৪ কেজি হেৰ'ইন।

ইফালে, অভিযান কালত গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে- ৰুবুল আলী, পিংকু বিশ্বাস, অংকুৰ মাধৱ দেৱ, বিশ্বজিৎ কাশ্যপ, ৰিয়েলম ফাংচু, আথেম হাউকিট, নবজিৎ পাল, নিজাম আলী, জাকিৰ আলী। আৰক্ষীয়ে লগতে জব্দ কৰিছে তিনিখনকৈ বাহন। আৰু ৰুজু কৰিছে গোচৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in