শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

মহানগৰীত ড্ৰাগছ বিৰোধী অভিযানঃ ৫৪ কেজি হেৰ’ইনসহ ৯জনক গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত লতাশিল আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰা হৈছে ৯জন ড্ৰাগছ সৰবৰাহকাৰীক। লতাশিল আৰক্ষীয়ে স্পেচিয়েল অপাৰেশ্যন গ্ৰুপৰ সহযোগত চলাই এই অভিযান। এই অভিযানকালত জব্দ কৰা হয় প্ৰায় ৫৪ কেজি হেৰ’ইন।

ইফালে, অভিযান কালত গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে- ৰুবুল আলী, পিংকু বিশ্বাস, অংকুৰ মাধৱ দেৱ, বিশ্বজিৎ কাশ্যপ, ৰিয়েলম ফাংচু, আথেম হাউকিট, নবজিৎ পাল, নিজাম আলী, জাকিৰ আলী। আৰক্ষীয়ে লগতে জব্দ কৰিছে তিনিখনকৈ বাহন। আৰু ৰুজু কৰিছে গোচৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি