গুৱাহাটীত কুইন ওজা আৰু ববিতা শৰ্মাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা…

গুৱাহাটীত কুইন ওজা আৰু ববিতা শৰ্মাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা…
  • এই মুহূৰ্তলৈকে ৮৩৫৭১টা ভোট লাভেৰে প্ৰথম স্থানত আছে গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা।
  • ৮১,৯০৫টা ভোট লাভেৰে দ্বিতীয় স্থানত কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা।
  • উপমন্যু হাজৰিকাই লাভ কৰিছে ১৪৬৯টা ভোট।
  • জোনমণি খাউণ্ডে লাভ কৰা ভোটৰ সংখ্যা ৫৯৯।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in