শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...

১৯ জানুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাৱত ৰাধিকামোহন ভাগৱতীৰ স্মৃতিচাৰণ সভাৰ আয়োজন…

70

ডিজিটেল ডেস্কঃ অহা ১৯ জানুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাৱত গণতান্ত্ৰিক সাংবাদিকতাৰ পুৰোধা, সাহিত্যিক ৰাধিকামোহন ভাগৱতীৰ ৮৮ সংখ্যক জন্মদিনত তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে এক স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। ১৯ জানুৱাৰীৰ পুৱা ১১.১৫ বজাত অনুষ্ঠিত হ’ব এই সভা।

ইফালে, উক্ত অনুষ্ঠানটিত ৰাধিকামোহন ভাগৱতীৰ ‘অকণিহঁতলৈ নিৰ্বাচিত চিঠি’ শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হ’ব। গ্ৰন্থখন উন্মোচন কৰিব যশস্বী লেখক তথা চিন্তাবিদ ড০ হীৰেন গোঁহাইয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি