১৯ জানুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাৱত ৰাধিকামোহন ভাগৱতীৰ স্মৃতিচাৰণ সভাৰ আয়োজন…

১৯ জানুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাৱত ৰাধিকামোহন ভাগৱতীৰ স্মৃতিচাৰণ সভাৰ আয়োজন…

ডিজিটেল ডেস্কঃ অহা ১৯ জানুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাৱত গণতান্ত্ৰিক সাংবাদিকতাৰ পুৰোধা, সাহিত্যিক ৰাধিকামোহন ভাগৱতীৰ ৮৮ সংখ্যক জন্মদিনত তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে এক স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। ১৯ জানুৱাৰীৰ পুৱা ১১.১৫ বজাত অনুষ্ঠিত হ'ব এই সভা।

ইফালে, উক্ত অনুষ্ঠানটিত ৰাধিকামোহন ভাগৱতীৰ 'অকণিহঁতলৈ নিৰ্বাচিত চিঠি' শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হ'ব। গ্ৰন্থখন উন্মোচন কৰিব যশস্বী লেখক তথা চিন্তাবিদ ড০ হীৰেন গোঁহাইয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in