শেহতীয়া খবৰ
ধাৰাসাৰ বৃষ্টিপাতঃ গুৱাহাটী মহানগৰ ডুবিল কৃত্ৰিম বানত...  •  নগাঁৱৰ গান্ধীবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৭ জন...  •  সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  সোমবাৰৰ দৃশ্যঃ ৰে’লৰ পৰা নামি পলাল যাত্ৰী, গেলামালৰ দোকানত ভিৰ, ঘৰৰ চৌহদত মাছ-মাংসৰ বজাৰ...

লকডাউনত ডিউটী কৰিবলৈ আৰক্ষীৰ নাই বাহন, গীতানগৰ ছাৰা ভেক্টৰ ৫ নিয়া হ’ল ৰিজাৰ্ভলৈ…

402
  • লকডাউনৰ সময়ত কৰ্তব্য সম্পাদন কৰিবলৈ আৰক্ষীৰ নাই বাহন।
  • গীতানগৰ থানাত নিশা এখন বাহনেৰে আৰক্ষীয়ে সম্পাদন কৰিছিল দায়িত্ব।
  • ছাৰা ভেক্টৰ ৫ নম্বৰৰ বাহনখন লৈ যোৱা হৈছে মহানগৰীৰ ৰিজাৰ্ভলৈ।
  • বাহনৰ অবিহনেই আৰক্ষীয়ে পালন কৰিছে নিয়ম মাফিক দায়িত্ব।
  • লকডাউনৰ সময়চোৱাত আৰক্ষীৰ বাবে এই বাহনখন আছিল অতি প্ৰয়োজনীয়।
  • যিসময়ত আৰক্ষী উচ্চপদস্থ বিষয়াসকলে প্ৰয়োজনতকৈ অধিক বাহন ব্যৱহাৰ কৰি আছে, সেই সময়ত মহানগৰীৰ আৰক্ষীৰ অৱস্থা এয়া।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি