লকডাউনত ডিউটী কৰিবলৈ আৰক্ষীৰ নাই বাহন, গীতানগৰ ছাৰা ভেক্টৰ ৫ নিয়া হ’ল ৰিজাৰ্ভলৈ…

লকডাউনত ডিউটী কৰিবলৈ আৰক্ষীৰ নাই বাহন, গীতানগৰ ছাৰা ভেক্টৰ ৫ নিয়া হ’ল ৰিজাৰ্ভলৈ…
  • লকডাউনৰ সময়ত কৰ্তব্য সম্পাদন কৰিবলৈ আৰক্ষীৰ নাই বাহন।
  • গীতানগৰ থানাত নিশা এখন বাহনেৰে আৰক্ষীয়ে সম্পাদন কৰিছিল দায়িত্ব।
  • ছাৰা ভেক্টৰ ৫ নম্বৰৰ বাহনখন লৈ যোৱা হৈছে মহানগৰীৰ ৰিজাৰ্ভলৈ।
  • বাহনৰ অবিহনেই আৰক্ষীয়ে পালন কৰিছে নিয়ম মাফিক দায়িত্ব।
  • লকডাউনৰ সময়চোৱাত আৰক্ষীৰ বাবে এই বাহনখন আছিল অতি প্ৰয়োজনীয়।
  • যিসময়ত আৰক্ষী উচ্চপদস্থ বিষয়াসকলে প্ৰয়োজনতকৈ অধিক বাহন ব্যৱহাৰ কৰি আছে, সেই সময়ত মহানগৰীৰ আৰক্ষীৰ অৱস্থা এয়া।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in