শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

মহানগৰীৰ লতাশিল আৰক্ষীৰ জালত ৩ মহিলা ড্ৰাগছ সৰবৰাহকাৰী

105

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ লতাশিল আৰক্ষীয়ে দেওবাৰে কালিবাৰী কলনিৰ সমীপত তিনি মহিলা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে জনোৱা মতে ধৃত সৰবৰাহকাৰী কেইগৰাকী জেৰেনা বেগম, চেৰেনা বেগম আৰু চামিৰুন বানু বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, মহানগৰীৰ লতাশিল কালিবাৰী কলনিৰ সমীপত ৰাহুল নামৰ ব্যক্তিগৰাকীৰ নেতৃত্বত এই ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ধৃত সৰবৰাহকাৰী কেইগৰাকীক আটক কৰে। ইফালে সৰবৰাহকাৰী কেইগৰাকীৰ পৰা আৰক্ষীয়ে ৪৫ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰৰ লগতে তিনিটা মোবাইল আৰু নগদ পাচঁ হাজাৰ টকা জব্দ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি