মহানগৰীৰ পাণ্ডুত অগ্নিকাণ্ড, অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপন… VIDEO

মহানগৰীৰ পাণ্ডুত অগ্নিকাণ্ড, অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপন… VIDEO
  • পাণ্ডুৰ কামাখ্যা কলনিত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা।
  • প্ৰফুল্ল দাস নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অগ্নি নিৰ্বাপক বাহিনীৰ।
  • সৌভাগ্যক্ৰমে এই অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে কেবাটাও বাসগৃহ।
  • শ্ব'ৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in