শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

মহানগৰীৰ পাণ্ডুত অগ্নিকাণ্ড, অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপন… VIDEO

125
  • পাণ্ডুৰ কামাখ্যা কলনিত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা।
  • প্ৰফুল্ল দাস নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অগ্নি নিৰ্বাপক বাহিনীৰ।
  • সৌভাগ্যক্ৰমে এই অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে কেবাটাও বাসগৃহ।
  • শ্ব’ৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি