নিজামুদ্দিনলৈ নোযোৱা গুৱাহাটীৰ এজন বিশিষ্ট ব্যৱসায়ী আক্ৰান্ত হৈছে COVID-19ত…

নিজামুদ্দিনলৈ নোযোৱা গুৱাহাটীৰ এজন বিশিষ্ট ব্যৱসায়ী আক্ৰান্ত হৈছে COVID-19ত…
  • অসমত আক্ৰান্তৰ সংখ্যা ২৪জনলৈ বৃদ্ধি।
  • ইয়াৰে ২৩জনৰ সম্পৰ্ক আছে নিজামুদ্দিন মাৰ্কাজৰ সৈতে।
  • মহানগৰীৰ এজন বিশিষ্ট ব্যৱসায়ী আক্ৰান্ত হৈছে কোৰোনাত।
  • এটা অভিজাত ফ্লেটৰ বাসিন্দা তেওঁ।
  • আনুষ্ঠানিকভাৱে অৱশ্যে তেওঁৰ নাম ৰাজহুৱা কৰা নাই চৰকাৰী পক্ষই।
  • দিল্লীলৈ গৈছিল এই ব্যৱসায়ী গৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in