শেহতীয়া খবৰ
এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত...

নিজামুদ্দিনলৈ নোযোৱা গুৱাহাটীৰ এজন বিশিষ্ট ব্যৱসায়ী আক্ৰান্ত হৈছে COVID-19ত…

6,890
  • অসমত আক্ৰান্তৰ সংখ্যা ২৪জনলৈ বৃদ্ধি।
  • ইয়াৰে ২৩জনৰ সম্পৰ্ক আছে নিজামুদ্দিন মাৰ্কাজৰ সৈতে।
  • মহানগৰীৰ এজন বিশিষ্ট ব্যৱসায়ী আক্ৰান্ত হৈছে কোৰোনাত।
  • এটা অভিজাত ফ্লেটৰ বাসিন্দা তেওঁ।
  • আনুষ্ঠানিকভাৱে অৱশ্যে তেওঁৰ নাম ৰাজহুৱা কৰা নাই চৰকাৰী পক্ষই।
  • দিল্লীলৈ গৈছিল এই ব্যৱসায়ী গৰাকী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি