মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, বাগৰিল মালবাহী ট্ৰাক…

মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, বাগৰিল মালবাহী ট্ৰাক…
  • গুৱাহাটী মহানগৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেমভিলেজৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ৰাজপথত বাগৰি পৰিল এখন মালবাহী ট্ৰাক।
  • জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী পথত সংঘটিত হয় এই দুৰ্ঘটনা ।
  • দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এএছ-১৯চি-৩৯৩৮।
  • উল্লেখ্য যে, সমাজ কল্যাণ বিভাগৰ খাদ্য কঢ়িয়াই নিছিল বাহন খনে।
  • এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in