Published on:
Updated on:
- মহানগৰীৰ তেতেলিয়াত বন্দুক দেখুৱাই ভাবুকি যুৱকৰ।
- ৰেডিচন ব্লু হোটেলৰ সমীপত এই ঘটনা সংঘটিত হৈছে।
- প্ৰথমে এঘৰ লোকৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল যুৱকজন।
- তাৰ পাছতে যুৱকজনে বন্দুক দেখুৱাই বুলি জানিব পৰা গৈছে।
- যুৱকজনৰ নাম ধ্ৰুৱজ্যোতি চেতিয়া (৩০)।
- তেওঁ বন্দুকটো ফাচীঁবজাৰৰ ৰাজধানী গান হাউচ নামৰ বিপণীৰ পৰা ক্ৰয় কৰা বুলি আৰক্ষীক জানিবলৈ দিছে।
- ইফালে বন্দুকটো নকল বুলি আৰক্ষীক জানিবলৈ দিছে যুৱকজনে।
- বৰ্তমান জালুকবাৰী আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে যুৱকজনক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in