মহানগৰীৰ লাচিতনগৰত চুৰিকাণ্ড… অসমীয়া প্ৰতিদিন ৰ দ্বাৰা Feb 6, 2022 ত শেষ সম্পাদনা কৰা হৈছে শ্বেয়াৰ কৰক নিশা মহানগৰীৰ লাচিতনগৰত চুৰিকাণ্ডবাইলেন ৮ নম্বৰৰ পৰা চোৰে নিলে KTM RC 200 বাইকচুৰি হোৱা বাইকখনৰ নম্বৰ AS 01 DT 5378ঘটনা সংক্রান্তত পল্টনবজাৰ থানাত গোচৰ ৰুজুবিবাহ অনুষ্ঠানৰ ফটোগ্রাফী কৰিবলৈ আহিছিল হাজোৰ যুৱক কেইজনে শ্বেয়াৰ কৰক