মহানগৰীৰ কামাখ্যাত নিশা বাঘৰ বিচৰণ… চাওঁক VIDEO
- মহানগৰীত নিশা বাঘৰ বিচৰণ।
- মহানগৰীৰ কামাখ্যা মন্দিৰলৈ যোৱা পথত এটা নাহৰফুটুকীৰ বিচৰণ।
- জনাঞ্চলৰ পৰা বনাঞ্চললৈ ওলাই আহিছে নাহৰফুটুকীটো।
- পূৰ্বেও এনেদৰে দেখা পোৱা গৈছিল নাহৰফুটুকী।
- এই সমগ্ৰ দৃশ্য বন্দী কৰা হ’ল কেমেৰাত।