গুৱাহাটীত IPLৰ নামত চলা জুৱাৰ বিৰুদ্ধে ক্রাইম ব্রান্সৰ অভিযান…

গুৱাহাটীত IPLৰ নামত চলা  জুৱাৰ বিৰুদ্ধে ক্রাইম ব্রান্সৰ অভিযান…
  • গুৱাহাটীত জুৱাৰ বিৰুদ্ধে ক্রাইম ব্রান্সৰ অভিযান।
  • নৱগ্রহৰ মেপল অ'কৰ এটা এপাৰ্টমেণ্টত অভিযান।
  • দীৰ্ঘদিন ধৰি IPLৰ নামত চলি আছিল এই জুৱা।
  • জুৱাৰ নেতৃত্ব দিছিল অজয় আগৰৱালা নামৰ এজন লোকে।
  • লোকজনক বিচাৰি আজি ক্রাইম ব্রান্সে চলাইছিল অভিযান।
  • সম্প্রতি লোকজন পলাতক।
  • ৩ দিন পূৰ্বে ক্রাইম ব্রান্সে গ্রেপ্তাৰ কৰিছিল ৩ জুৱাৰীক।
  • জুৱাৰীকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিতে চলিছিল এই অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in