ধাৰাসাৰ বৃষ্টিপাতঃ গুৱাহাটী মহানগৰ ডুবিল কৃত্ৰিম বানত…

ধাৰাসাৰ বৃষ্টিপাতঃ গুৱাহাটী মহানগৰ ডুবিল কৃত্ৰিম বানত…

  • গুৱাহাটী মহানগৰীত চৌদিশে কেৱল কৃত্ৰিম বানপানী।
  • সোমবাৰে সন্ধিয়া প্ৰায় ৭.৩০মান বজাৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে কৃত্ৰিম বানৰ।
  • চানমাৰী, গান্ধীবস্তি, ভাস্কৰনগৰ, অনিলনগৰ, নবীননগৰ, হাতীগড় চাৰিআলিকে আদি কৰি বিভিন্ন স্থানত দেখা গৈছে কৃত্ৰিম বান।
  • বাট-পথ, ফুটপাথ আদিও বৰ্তমান পানীৰ তলত ডুব গৈছে।
  • একাংশ লোকে বাট-পথত পানী হোৱাৰ ফলত আৱদ্ধ হৈ পৰিছে আদবাটতে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in