মহানগৰীত বন্যহস্তীৰ পুনৰ সন্ত্ৰাস

মহানগৰীত বন্যহস্তীৰ পুনৰ সন্ত্ৰাস
  • মহানগৰীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ।
  • নাৰেংগীৰ বীৰকুছিত হাতীয়ে লণ্ড ভণ্ড কৰিলে ৪টা বাসগৃহ।
  • হাতীৰ ভয়ত ঘৰ এৰি পলায়ন একাংশ লোকৰ।
  • জুই জ্বলাই, ফটকা ফুটাই হাতী খেদাৰ চেষ্টা ৰাইজৰ
  • আমছাং অভয়াৰণ্যৰ পৰা ওলাই আহিছে হাতীৰ এটা জাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in