তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা
  • মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • ভোটগ্ৰহণৰ বাবে প্ৰশাসনে কটকটীয়া কৰিছে নিৰাপত্তা ব্যৱস্থা।
  • বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিৰ লগতে গুৱাহাটী লোকসভা সমষ্টিটো অনুষ্ঠিত হ'ব মঙলবাৰে ভোটগ্ৰহণ।
  • ভৰলুমুখৰ সোণাৰাম ফিল্ডত ব্যস্ত মহানগৰ আৰক্ষী।
  • দেওবাৰৰ পুৱাৰে পৰা ব্যস্ততা পৰিলক্ষিত হৈছে মহানগৰ আৰক্ষীৰ।
  • উল্লেখ্য যে, মহানগৰীৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ নিৰাপত্তা ব্যৱস্থা নিয়ন্ত্ৰিত হ'ব সোণাৰাম ফিল্ডৰ পৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in