শেহতীয়া খবৰ
বঙাইগাঁৱত সৰ্বভাৰতীয় পৰ্যায়ৰ শৰীৰচৰ্চা প্ৰতিযোগিতা  •  এজাক বৰষুণতে বুৰ গ'ল স্মাৰ্ট চিটি গুৱাহাটী  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  অসমৰ আন এটা সশস্ত্ৰ সংগঠনৰ যুদ্ধবিৰতি ঘোষণা, ওদালগুৰিত ইউজিপিঅ'ই জমা দিলে অস্ত্ৰ-শস্ত্ৰ  •  চন্দ্ৰযান-২ সন্দৰ্ভত ইছৰ’ই কৰিলে টুইট...  •  কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত 'বৃহৎ পৰিসৰত গছ পুলি ৰোপণ' কাৰ্যসূচী  •  মডেল বিটিচিত জৰাজীৰ্ণ পথ, ক্ষুব্ধ এবিএমছুৰ কোকৰাঝাৰ-ফুটকিবাৰী পথ অৱৰোধ, ক্ষুৰধাৰ সমালোচনা হাগ্ৰামা-প্ৰমিলাক  •  বলিউডৰ আটাইতকৈ বিগ বাজেট ছবি, ‘ৰাৱণ’ৰ চৰিত্ৰত দেখা পাব পাৰে বাহুবলীক!  •  আমেথিবাসীলৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ উপহাৰ...

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা

119
  • মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • ভোটগ্ৰহণৰ বাবে প্ৰশাসনে কটকটীয়া কৰিছে নিৰাপত্তা ব্যৱস্থা।
  • বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিৰ লগতে গুৱাহাটী লোকসভা সমষ্টিটো অনুষ্ঠিত হ’ব মঙলবাৰে ভোটগ্ৰহণ।
  • ভৰলুমুখৰ সোণাৰাম ফিল্ডত ব্যস্ত মহানগৰ আৰক্ষী।

  • দেওবাৰৰ পুৱাৰে পৰা ব্যস্ততা পৰিলক্ষিত হৈছে মহানগৰ আৰক্ষীৰ।
  • উল্লেখ্য যে, মহানগৰীৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ নিৰাপত্তা ব্যৱস্থা নিয়ন্ত্ৰিত হ’ব সোণাৰাম ফিল্ডৰ পৰা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি