শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

পৰিবহন বিভাগত বিত্তীয় খেলিমেলি, মহানগৰীৰ ডিটিঅ’ সহ ৪জনক নিলম্বন…

962
  • কামৰূপ মেট্ৰ’ৰ জিলা পৰিবহন বিষয়াকে ধৰি ৪জনক নিলম্বন।
  • ডিটিঅ’ অৰূণ বৰাসহ নিলম্বন কৰা হৈছে মুখ্য সহায়ক সীমান্ত নেওগ, কনিষ্ঠ সহায়ক অৰূপ কুমাৰ বৰ্মন, গাণনিক সিদ্ধাৰ্থ ৰংহাঙক।
  • পৰিবহন মন্ত্ৰীৰ নিৰ্দেশক্ৰমে নিলম্বন কৰা হৈছে তেওঁলোকক।
  • বিত্তীয় খেলিমেলিৰ বাবে নিলম্বন কৰা হৈছে চাৰিওকে।
  • যান-বাহনৰ পৰা সংগ্ৰহ কৰা ‘কৰ’ক লৈ এই বিত্তীয় কেলিমেলি।
  • তাৎক্ষণিকভাৱে বিষয়টো তদন্তৰ নিৰ্দেশ দিছে পৰিবহন মন্ত্ৰীয়ে।
  • পৰিবহন বিভাগৰ আয়ুক্তক এই বিষয়ে সবিশেষ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে চন্দ্ৰমোহন পাটোৱাৰীয়ে।
  • এই সন্দৰ্ভত এক সভা অনুষ্ঠিত হৈছিল সোমবাৰে।
  • এনআইচি কৰ্তৃপক্ষৰ সৈতে এনে বিসংগতি দূৰ কৰাৰ বাবে আলোচনাও কৰা হয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি