শেহতীয়া খবৰ
উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  মৰিগাঁৱত কৰুণ ঘটনাঃ বাঢ়নী পানীত পৰি মৃত্যু শিশু, কিশোৰৰ...  •  ৩.৫ কোটিৰে BVFCL  চিকিৎসালয় নৱীকৰণৰ কাম আৰম্ভঃ মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউণ্ড মেছিন ৰাইজৰ সেৱাত মুকলি...  •  বটদ্ৰৱা কাণ্ডৰে জড়িত আশ্বিকুলৰ ফলাফলে কন্দুৱাইছে পৰিয়ালক...  •  জামুগুৰিত ৰৈ থকা ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত ২ জন...  •  জাগুন ঘাটত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ...  •  ৰাইজৰ সেৱা ! ঔম স্বাহা...  •  আমিনগাঁৱত ব্ৰহ্মপুত্ৰত গা ধুবলৈ যোৱা ছাত্ৰৰ মৃত্যু...

মহানগৰীত অঘটনঃ আৰক্ষীয়ে জৰিমনা বিচৰাৰ বাবে যুৱকৰ আত্মহত্যা…

  • মহানগৰীৰ এজন যুৱকৰ আত্মহত্যাৰ ঘটনা।
  • আৰক্ষীয়ে জৰিমনা বিচৰাৰ বাবেই আত্মহত্যা এজন যুৱকৰ।
  • যুৱকজন ধীৰেণপাৰা জ্যোতি পথৰ নুৰ আলী ওৰফে মৃদুল আলী বুলি জানিব পৰা গৈছে।
  • জানিব পৰা মতে, ভৰলু আৰক্ষীয়ে জৰিমনা লৈছিল যুৱকজনৰ পৰা।
  • এহাজাৰ টকা বিচাৰিছিল ভৰলুমুখ আৰক্ষীয়ে যুৱকজনৰ পৰা।
  • যুৱকজনে ৫০০ টকা দিছিল যদিও এহাজাৰ টকা দিবলৈ হেঁচা প্রয়োগ কৰাৰ অভিযোগ।
  • অৱশেষত ঘৰলৈ আহি আত্মহত্যাৰ পথ বাচি ল’লে যুৱকজনে।
  • যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰে যদিও মৃত ঘোষণা কৰে চিকিৎসকে।