মহানগৰীত অঘটনঃ আৰক্ষীয়ে জৰিমনা বিচৰাৰ বাবে যুৱকৰ আত্মহত্যা…

মহানগৰীত অঘটনঃ আৰক্ষীয়ে জৰিমনা বিচৰাৰ বাবে যুৱকৰ আত্মহত্যা…
  • মহানগৰীৰ এজন যুৱকৰ আত্মহত্যাৰ ঘটনা।
  • আৰক্ষীয়ে জৰিমনা বিচৰাৰ বাবেই আত্মহত্যা এজন যুৱকৰ।
  • যুৱকজন ধীৰেণপাৰা জ্যোতি পথৰ নুৰ আলী ওৰফে মৃদুল আলী বুলি জানিব পৰা গৈছে।
  • জানিব পৰা মতে, ভৰলু আৰক্ষীয়ে জৰিমনা লৈছিল যুৱকজনৰ পৰা।
  • এহাজাৰ টকা বিচাৰিছিল ভৰলুমুখ আৰক্ষীয়ে যুৱকজনৰ পৰা।
  • যুৱকজনে ৫০০ টকা দিছিল যদিও এহাজাৰ টকা দিবলৈ হেঁচা প্রয়োগ কৰাৰ অভিযোগ।
  • অৱশেষত ঘৰলৈ আহি আত্মহত্যাৰ পথ বাচি ল'লে যুৱকজনে।
  • যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰে যদিও মৃত ঘোষণা কৰে চিকিৎসকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in