বৃহস্পতিবাৰে গুৱাহাটীত নাপাব সুৰা!

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • হোলীৰ উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা।
  • ২১ মাৰ্চত বিয়লি ৪ বজালৈ সকলো সুৰাৰ বিপণী বন্ধ ৰখাৰ নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।
  • হোলীৰ উপলক্ষে এই বন্ধৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনৰ।
  • সামাজিক শান্তি-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি এই এই পদক্ষেপ গ্ৰহন কৰিছে জিলা প্ৰশাসনে।
  • জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে বুধবাৰে সংবাদমাধ্যমক জনালে এই কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in